Thursday, May 28, 2020

ৰাগ ইমন পৰিচয় (Raag Yaman)

ৰাশ ইমন পৰিচয় (Raag Yaman)
স্বৰলিপি

 স্বৰ মধ্যম তীব্ৰ (মা') বাকি সকলো স্বৰ শুদ্ধ ।
 জাতি সম্পূৰ্ণ-সম্পূৰ্ণ
 ঠাট কল্যাণ
 বাদি/সমবাদি গা/নি
 সময় ৰাতিৰ প্ৰথম প্ৰহৰ (6PM - 9PM)
 মূখ্য স্বৰ
 নি ৰে গা; নি ৰে মা গা; মাপা; মা ধা পা নি ধা পা মা ৰে গা ৰে; নি,ৰে,ধা,নি,সা;
 আৰোহ-অৱৰোহ নি ৰে সা; নি ৰে গা মা পা ধা নি সা° - সা° নি ধা পা মা গা ৰে সা, নি ৰে সা

ৰাগ বিৱৰণ: এই ৰাগ সূৰ্যাস্তৰৰ পাছতেই পৰিৱেশন কৰা হয়। ইয়াৰ প্ৰকৃত নাম কল্যাণ কিন্তু মোগল ৰাজত্বৰ পাছৰে পৰা ইয়াক ইমন হিচাপে জনাজাত হয়। আৰোহনত নি ৰ  ব্যৱহাৰে ইয়াৰ সৈন্দয্য বৃদ্ধি কৰে।

No comments:

Post a Comment